Job Help

this website is job news provide and Job interview all information and help, . health information, and how to grow your business, and how to make money online,. And all India job interview information.

Breaking

Thursday, April 1, 2021

April 01, 2021

Assam police AB and UB question and answer PDF download | Questions and Answers for Assam Sports

 Assam police AB and UB question and answer PDF download |  Questions and Answers for Assam Sports

অসম খেলুৱৈ প্ৰশ্ন উত্তৰ সমূহ



১) প্রশ্ন : প্রথম অসমীয়া ফিফা ৰেফাৰী কোন?
উত্তৰ : বাবুল বার্মিজ।

২) প্রশ্ন : অর্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজনৰ নাম কি?
উত্তৰ : ভােগেশ্বৰ বৰুৱা আৰু মনালিচা (বৰুৱা) মেহতা।

৩) প্রশ্ন : ৰঞ্জী ট্ৰফী ক্রিকেট প্রতিযােগিতাত অংশ গ্রহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন আছিল?
উত্তৰ : মাধুর্য প্রসাদ বৰুৱা।

৪) প্রশ্ন : ৰঞ্জী ট্ৰফী ক্রিকেট প্রতিযােগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : অনুপ ঘটক।

৫) প্রশ্ন : গুৱাহাটীত প্রথম এদিনীয়া আন্তর্জাতিক ক্রিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উত্তৰ : ৱেষ্ট ইণ্ডিজ আৰু ভাৰত।
৬) প্রশ্ন : ভাৰতীয় ফুটবল সংস্থাৰ সভাপতি হােৱা অসমৰ প্রথম ব্যক্তি জন কোন?
উত্তৰ :নুরুল আমিন।

৭) প্রশ্ন : অসমৰ ক্ৰীড়াৰ পিতৃ স্বৰুপ বুলি কাক কোৱা হয়?
উত্তৰ : স্বর্গীয় আৰ. জি. বৰুৱা।

৮) প্রশ্ন : এদিনীয়া আন্তর্জাতিক ক্রিকেট প্রতিযােগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্রথম অসমীয়া ব্যক্তি জন কোন?
উত্তৰ : সুৰেণৰাম ফুকন।

৯) প্রশ্ন : ভাৰত 'এ' দলত অন্তর্ভুক্ত হােৱা অসমৰ প্রথম ক্রিকেটাৰ জন কোন?
উত্তৰ : জাভেদ জামান।

১০) প্রশ্ন : কোনে ফুটবল প্রতিযােগিতাক AIF ৰ দ্বাৰা ভাৰতৰ 'টপ লীগ' প্রতিযােগিতা হিচাপে মর্যাদা প্রদান কৰা হয়?
উত্তৰ : লােকপ্রিয় গােপীনাথ বৰদলৈ।

১১) প্রশ্ন : ভাৰতীয় ফুটবল দলক অলিম্পিকত প্রতিনিধিত্ব কৰা অসমৰ প্রথম ফুটবলাৰ জন কোন আছিল?
উত্তৰ :বীৰেন বড়াে।

১২) প্রশ্ন : ভাৰতীয় ভলীবল দলত ভাগ লােৱা প্ৰথম অসমীয়া ভলীবল খেলুৱৈ গৰাকী কোন আছিল আৰু কিমান চনত?
উত্তৰ : অভিজিৎ ভট্টাচার্য, ১৯৯৬ চনত।

১৩) প্রশ্ন : পুৰণি অসমৰ ঘাইকৈ শিশুৰ মাজত জনপ্রিয় এবিধ খেল আছিল। সেই খেল বিধ কি আছিল?
উত্তৰ : টাং-গুটি।

১৪) প্রশ্ন : 'অসম ক্রীড়া দিৱস' কেতিয়া উদ্যাপিত হয়?
উত্তৰ :১৭ অক্টোবৰত।

 ১৫) প্রশ্ন : কোন চনত গুৱাহাটীত সর্বপ্রথম এদিনীয়া আন্তর্জাতিক ক্রিকেট প্রতিযােগিতাৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰ :১৯৮৩ চনত।

১৬) প্রশ্ন : বৰদলৈ ট্ৰফী প্রতিযােগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্রহণ কৰিছিল?
উত্তৰ :১৬ টা।

১৭) প্রশ্ন : অসম হকী এছ'চিয়েচন কোন চনত সংগঠিত হৈছিল?
উত্তৰ : ১৯৫৫ চনত।

১৮) প্রশ্ন : অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযােগিতা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ :১৯৪৭ চনত।

১৯) প্রশ্ন : ১৯৮৫ চনত বেংকত অনুষ্ঠিত ফুটবল প্রতিযােগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্রতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰ জন কোন?
উত্তৰ : ফ্রান্সিচ বৰুৱা।।

২০) প্রশ্ন : ভাৰতীয় স্কুল ক্রিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : মাধুর্য প্রসাদ বৰুৱা।

২১) প্রশ্ন : ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতােৰ প্রতিযােগিতাত পদক পােৱা অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ :মিঠু বৰুৱা।

২২) প্রশ্ন : ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতােৰ প্রতিযােগিতাত তিনিটা মীট ৰেকৰ্ডসহ নটা স্বর্ণ পদক বিজয়ী অসমীয়া খেলুৱৈ গৰাকী কোন? উত্তৰ : এলভিছ আলী হাজৰিকা।

২৩) প্রশ্ন : ভাৰতীয় টেবুল টেনিছ দলক প্রতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?
উত্তৰ : নন্দিনী বৰুৱা।

২৪) প্রশ্ন : বিশ্ব টেবুল টেনিছ প্রতিযােগিতাত (জুনিয়ৰ শাখা) ভাৰতক প্রতিনিধিত্ব কৰা (৩য় স্থান লাভ) অসমীয়া খেলুৱৈ গৰাকীৰ নাম কি? উত্তৰ : পল্লৱী পৰাশৰ। 

২৫) প্রশ্ন : বৰদলৈ ট্ৰফী প্রতিযােগিতাৰ সর্বপ্রথম বিজয়ী দলটোৰ নাম কি? উত্তৰ : ৰে'লৱে স্পৰ্টছ ক্লাবচ বিজয়ী দল পান্ডু আৰু দ্বিতীয় বিজয়ী দল ইউনিয়ন স্পাের্টিং ক্লাৱ।

২৬) প্রশ্ন :২০১২ চনত অনুষ্ঠিত বৰদলৈ ট্ৰফী প্রতিযােগিতাৰ খিতাপ দখল কৰা দলটোৰ নাম কি?
উত্তৰ : অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজান।

২৭) প্রশ্ন :এছিয়ান গেমছত সােণৰ পদক অর্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?
উত্তৰ : ভােগেশ্বৰ বৰুৱা (১৯৬৬ চনৰ প্রথম এছিয়ান গেমছত)।


Download this PDF >>> CLICK HERE


Wednesday, March 31, 2021

March 31, 2021

Assam Quiz mock test | Assam police AB and UB Most important question

 Assam Quiz mock test | Assam police AB and UB Most important question 

Quiz mock test


অসম আৰক্ষীৰ হ'বলগীয়া লিখিত পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ mock test 

Tuesday, March 30, 2021

Sunday, March 28, 2021

March 28, 2021

Assam police AB and UB model Question and answer | most important general knowledge | download PDF free

 Assam police AB and UB model Question and answer | most important general knowledge | download PDF free

Assam GK

১| অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি?
উত্তৰঃ তিনিটা - (১) প্ৰাথমিক (২) মাধ্যমিক  (৩) উচ্চ শিক্ষা।

২|। অসমৰ প্ৰথমখন বিদ্যালয় (ইংৰাজী মাধ্যমৰ) কেতিয়া স্থাপিত হয়?
উত্তৰঃ ১৮৩৪ চনত (গুৱাহাটীত)।

৩| অসমত প্ৰথমখন বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
উত্তৰঃ ১৯৪৮ চনত (গুৱাহাটী বিশ্ববিদ্যালয়)

৪| অসমত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হয়?
উত্তৰঃ ১৯৪৭ চনত (ডিব্ৰুগড়ত)

৫| অসমত  স্থাপিত প্ৰথম কলেজখনৰ নাম কি? 
উত্তৰঃ কটন কলেজ (১৯০১ চনত)।

৬| কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত?
উত্তৰঃ নীলাচল পাহাৰত।

৭| ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰঃ বাণ ৰজাই 

৮| আহোমৰ শেষ ৰজাজনৰ নাম কি?
উত্তৰঃ স্বৰ্গদেউ পুৰন্দৰ সিংহ।

৯| আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?
উত্তৰঃ প্ৰায় ৬০০ বছৰ। মুঠ ৪০ জন ৰজাই ৰাজত্ব কৰিছিল।

১০| প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? 
উত্তৰঃ যতীন্দ্রনাথ দুৱৰা।

Download this PDF >>> CLICK HERE

More PDF download >>> CLICK HERE



Tuesday, March 23, 2021

Saturday, March 20, 2021

Friday, March 19, 2021